জন্মদিনৰ শুভেচ্ছা | Assamese Birthday Wishes | Birthday SMS in Assamese ( IND Traker)

জন্মদিন হ'ল প্ৰত্যেক মানুহৰ এটা বিশেষ দিন। আমি সকলোৱে আমাৰ নিজৰ মানুহক জন্মদিনত এটা উপহাৰৰ লগত ভাল চাই অসমীয়াত শুভেচ্ছা জনাব বিছাৰো।কিন্তু এটা সুন্দৰ শুভেচ্ছা জনাবলৈ সঠিক শব্দ ওলাবলৈ অলপ কঠিন হব পাৰে। হেই উপলখ্যে কেইটামান জন্মদিনৰ শুভেচ্ছা দাঙি ধৰিছো, ধন্যবাদ..............

শুভ জন্মদিনৰ শুভেচ্ছা


তোমালৈ জন্মদিনৰ হিয়াভঁৰা ওলগ যাঁচিলো। 

"তোমাৰ এই জীৱন যাত্ৰা হওঁক অতিকে সুখৰ আৰু আনন্দময়ী"- তাৰেই কামনাৰে মোৰ ফালৰ পৰা তোমালৈ হিয়াভঁৰা জন্মদিনৰ শুভকামনা যাঁচিলো৷ 

"ফুলৰ সুগন্ধৰ দৰে তোমাৰ চৌপাশ মুখৰিত হওঁক, মনৰ সুখে তোমাৰ মনৰ পদুলি উপচাই ৰাখক" - তাৰেই কামনাৰে, জন্মদিনৰ শুভেচ্ছা জনাই এই জন্মদিনৰ শুভেচ্ছা বাৰ্তা পঠিয়ালোঁ । 

"তোমাৰ জীৱনৰ এই বিশেষ দিনৰ সোণালী ক্ষণত, তোমাৰ জীৱন ওপচি পৰক অলেখ সুখ আৰু আনন্দৰে" - তাৰেই কামনাৰে Happy Birthday to You. 

আজিৰ এই শুভ দিনটিত তোমালৈ মোৰ মৰমভঁৰা শুভকামনা জনাইছোঁ | 

আগন্তক প্ৰতিটো দিনে যেন তোমাৰ জীৱনলৈ সুখ সমৃদ্ধি আৰু অনাবিল আনন্দ কঢ়িয়াই আনে তাৰে কামনাৰে তোমালৈ মোৰ হিয়াভঁৰা জন্মদিনৰ শুভেঁচ্ছা যাঁচিলো৷ Happy Birthday to you. 

তোমালৈ জন্মদিনৰ বহুত বহুত শুভেচ্ছা যাঁচিলো৷ Happy Birthday to you. 

আশা কৰো যে হাঁহি, আনন্দ,সৌভাগ্য এই বছৰটো সৰ্বদা তোমাৰ লগত থাকে। তোমাক জনাও জন্মদিনৰ বহুত প্ৰীতি-শুভেচ্ছা অভিনন্দন। 

সুন্দৰ এই পৃথিৱীত সুন্দৰতম জীৱন হওক তোমাৰ, পূৰণ হওক প্ৰতিটো স্বপ্ন, প্ৰতিটো আশা, জীৱাই থাকা হাজাৰ বছৰ শুভ-জন্মদিন। 

চন্দ্ৰৰ বাবে পূৰ্ণিমা, পাহাৰৰ বাবে ঝৰ্না, নদীৰ বাবে মোহনা, আৰু তোমাৰ বাবে থাকিল জন্মদিনৰ বহুত বহুত শুভ কামনা Happy Birthday. 

No comments

Download Online E Shram Card 2.0 By Aadhaar and Mobile Number

The Government of India has launched the E Shram Card 2.0 to provide government services and benefits to the citizens of India who are unorg...

Powered by Blogger.